Sunday, September 30, 2018

অসমীয়া থলুৱা খাদ্য- নৰসিংহ আৰু ভেদাইলতা পাতৰ ৰসেৰে ৰুপচন্দা মাছৰ জোল- Skunk Vine and curry leaf with fish

অসমীয়া থলুৱা খাদ্য

নৰসিংহ আৰু ভেদাইলতা পাতৰ ৰসেৰে ৰুপচন্দা মাছৰ জোল


প্ৰয়োজনীয় উপাদান:

1: ভেদাইলতা আৰু নৰসিংস পাতৰ ৰস একাপ 
2: মাছ তিনি চাৰি টুকুৰা
3: নহৰু আদাৰ পেষ্ট এক চামোছকৈ
4: পাঁচফুৰন এক চামোছ
5: তেল ভাজিবৰ জোখাৰে
6: নিমখ হালধী আন্দাজমতে

Also read 👉

পিঠাগুৰি বা খুদচাউল আৰু বাঁহগাজ দি বনোৱা লোকেল মুৰ্গি মাংস 


প্ৰনালী: 
মাছ কেই টুকুৰা তেলত ভাজি উঠাই থব। তেই তেলতে প্ৰয়োজন হ'লে আৰু অলপ দি পাঁচফুৰন , আদা নহৰুৰ পেষ্ট দিব। এতিয়া নিমখ হালধী আন্দাজমতে দি ৰস খিনি বহাই দিব । পানী অলপ দি ভালকৈ ওতল আহিব দিব । উতল আহিলে ভাজি ৰখা মাছ কেই টুকুৰা দি পচন্দৰ জোল ৰাখি নমাব ।


Skunk Vine and curry leaf with fish

Ingredient:

1. Skunk Vine and curry leaf juice

2. Fish 3 or 4 pieces.

3. Ginger Garlic paste.

4. Panch-Foran 1 spoon

5. OIL

6. Salt and turmeric powder



Method
Fry the piece of fishes. Than add the panc-foran and ginger garlic paste. Now add the Skunk Vine and curry leaf juice with some salt. Wait for boiling. Now add the fried pieces of fish. Your Recipe is ready!!


Recipe preparep by
ৰন্ধন প্ৰকৰণ আগবঢ়ালে 

Rupali Dutta Bora বাইদেৱে


, ,

No comments:

Post a Comment