Showing posts with label assamese fish recipe. Show all posts
Showing posts with label assamese fish recipe. Show all posts

Saturday, September 1, 2018

Fish with fishmint leaf | মচনদৰি শাকেৰে সৈতে মাছৰ জোল | Assamese Recipe by Rupali Dutta Bora

September 01, 2018

মচনদৰি শাকেৰে সৈতে মাছৰ জোল ।

Assamese food
Assamese Recipe by Rupali Dutta Baruah

প্ৰয়োজনীয় সামগ্ৰী সমূহ (ingredients)
1: মচনদৰি শাক এমুঠি (fishmint leaf)
2: মাছ তিনি বা চাৰি টুকুৰা fish three or four pieces)
3: আদা নহৰু বটা এক চামোছ (ginger and garlic paste)
4: মেঠি গুটি আধা চামোছ ( Mithi seeds half spoon)
5: হালধী , নিমখ আন্দাজমতে (salt and turmeric powder)
6: মিঠাতেল তিনি চামোছ মান (mustard oil, 3 spoon)
Also read 

Nonveg | পিঠাগুৰি বা খুদচাউল আৰু বাঁহগাজ দি বনোৱা লোকেল মুৰ্গি মাংস [Cicken with bamboo shoots] | By- Rupali Dutta Bora


তপন দাসৰ আবৃত্তিৰে কবিতা 👉 Tapan Das Poem


প্ৰনালী--
মচনদৰি মুঠি মিক্সিত পিচি লব । মাছ কেইটুকুৰাত নিমখ হালধী সানি  তেলত ভাজি ওঠাই থৈ সেই তেলতে মেঠি গুটি দি নহৰু আদা বটা খিনি দি হালধী দিব । সেইখিনি ভজা হ'লে মচনদৰি ৰস খিনি দি পানী অকনমান দি ওতলিবলৈ দিব । ভালকৈ ওতল আহিলে মাছ কেইটুকুৰা দি পচন্দৰ জোল ৰাখি নমাব । গৰম ভাতৰ লগত পৰিবেশন কৰিব।
Assamese recipe

First grind the fishmint leaves in mixture grinder. Fry the pieces of the fish and after lapping  salt amd turmeric powder. Throw the mithi seeds and the ginger and garlic paste to the remairema oil. After flying, add the fishmint juice and leave to boil. After some time add the fish pipiec and wait for couple of minute. Done!! Your dish is ready. Enjoy the curry with hot rice. 

Recipe preparep by
ৰন্ধন প্ৰকৰণ আগবঢ়ালে 
Rupali Dutta Bora বাইদেৱে