Showing posts with label fish recipe. Show all posts
Showing posts with label fish recipe. Show all posts
Sunday, September 30, 2018
অসমীয়া থলুৱা খাদ্য- নৰসিংহ আৰু ভেদাইলতা পাতৰ ৰসেৰে ৰুপচন্দা মাছৰ জোল- Skunk Vine and curry leaf with fish
September 30, 2018
অসমীয়া থলুৱা খাদ্য
নৰসিংহ আৰু ভেদাইলতা পাতৰ ৰসেৰে ৰুপচন্দা মাছৰ জোল
1: ভেদাইলতা আৰু নৰসিংস পাতৰ ৰস একাপ
2: মাছ তিনি চাৰি টুকুৰা
3: নহৰু আদাৰ পেষ্ট এক চামোছকৈ
4: পাঁচফুৰন এক চামোছ
5: তেল ভাজিবৰ জোখাৰে
6: নিমখ হালধী আন্দাজমতে
Also read 👉
পিঠাগুৰি বা খুদচাউল আৰু বাঁহগাজ দি বনোৱা লোকেল মুৰ্গি মাংস
প্ৰনালী:
মাছ কেই টুকুৰা তেলত ভাজি উঠাই থব। তেই তেলতে প্ৰয়োজন হ'লে আৰু অলপ দি পাঁচফুৰন , আদা নহৰুৰ পেষ্ট দিব। এতিয়া নিমখ হালধী আন্দাজমতে দি ৰস খিনি বহাই দিব । পানী অলপ দি ভালকৈ ওতল আহিব দিব । উতল আহিলে ভাজি ৰখা মাছ কেই টুকুৰা দি পচন্দৰ জোল ৰাখি নমাব ।
Skunk Vine and curry leaf with fish
Ingredient:
1. Skunk Vine and curry leaf juice
2. Fish 3 or 4 pieces.
3. Ginger Garlic paste.
4. Panch-Foran 1 spoon
5. OIL
6. Salt and turmeric powder
Also read 👉 মচনদৰি শাকেৰে সৈতে মাছৰ জোল
Method:
Fry the piece of fishes. Than add the panc-foran and ginger garlic paste. Now add the Skunk Vine and curry leaf juice with some salt. Wait for boiling. Now add the fried pieces of fish. Your Recipe is ready!!
Recipe preparep by
ৰন্ধন প্ৰকৰণ আগবঢ়ালে
Rupali Dutta Bora বাইদেৱে
Saturday, September 1, 2018
Fish with fishmint leaf | মচনদৰি শাকেৰে সৈতে মাছৰ জোল | Assamese Recipe by Rupali Dutta Bora
September 01, 2018
মচনদৰি শাকেৰে সৈতে মাছৰ জোল ।
Assamese Recipe by Rupali Dutta Baruah
1: মচনদৰি শাক এমুঠি (fishmint leaf)
2: মাছ তিনি বা চাৰি টুকুৰা fish three or four pieces)
3: আদা নহৰু বটা এক চামোছ (ginger and garlic paste)
4: মেঠি গুটি আধা চামোছ ( Mithi seeds half spoon)
5: হালধী , নিমখ আন্দাজমতে (salt and turmeric powder)
6: মিঠাতেল তিনি চামোছ মান (mustard oil, 3 spoon)
Also read
Nonveg | পিঠাগুৰি বা খুদচাউল আৰু বাঁহগাজ দি বনোৱা লোকেল মুৰ্গি মাংস [Cicken with bamboo shoots] | By- Rupali Dutta Bora
তপন দাসৰ আবৃত্তিৰে কবিতা 👉 Tapan Das Poem
প্ৰনালী--
মচনদৰি মুঠি মিক্সিত পিচি লব । মাছ কেইটুকুৰাত নিমখ হালধী সানি তেলত ভাজি ওঠাই থৈ সেই তেলতে মেঠি গুটি দি নহৰু আদা বটা খিনি দি হালধী দিব । সেইখিনি ভজা হ'লে মচনদৰি ৰস খিনি দি পানী অকনমান দি ওতলিবলৈ দিব । ভালকৈ ওতল আহিলে মাছ কেইটুকুৰা দি পচন্দৰ জোল ৰাখি নমাব । গৰম ভাতৰ লগত পৰিবেশন কৰিব।
First grind the fishmint leaves in mixture grinder. Fry the pieces of the fish and after lapping salt amd turmeric powder. Throw the mithi seeds and the ginger and garlic paste to the remairema oil. After flying, add the fishmint juice and leave to boil. After some time add the fish pipiec and wait for couple of minute. Done!! Your dish is ready. Enjoy the curry with hot rice.
Recipe preparep by
ৰন্ধন প্ৰকৰণ আগবঢ়ালে
Rupali Dutta Bora বাইদেৱে
Subscribe to:
Posts (Atom)